আহোম যুগৰ শিক্ষা ব্যবস্থা

  • মায়াশ্রী গোস্বামী
    অসমীয়া বিভাগ শিবসাগৰ কলেজ, জয়সাগৰ (স্ব)
  • সংক্ষিপ্ত সাৰ

  • অসমৰ জাতীয় জীৱন আৰু জাতীয় সাহিত্যত আহোম যুগৰ সুকীয়া গৰিমা তথা খ্যাতি বিদ্যমান। ত্রয়োদশ শতিকাৰ তৃতীয় দশকৰ পৰা ঊনবিংশ শতিকাৰ চতুর্থ দশকলৈকে এই ছশ বছৰীয়া আহোমৰ শাসন কালেই হল আহোম যুগ। এই যুগ অসমীয়া ভাষা-সাহিত্য সংস্কৃতিৰ এক গৌৰৱোজ্জ্বল অধ্যায়। এই আলোচনাত আহোম যুগৰ শিক্ষা ব্যৱস্থাৰ এক চমু আলোকপাত কৰা হৈছে। আহোম স্বৰ্গদেউ সকলৰ পৃষ্ঠপোষকতাত শিক্ষা, ব্যৱহাৰিক শিক্ষা, নাৰী শিক্ষা সংস্কৃত ভাষা শিক্ষা বুৰঞ্জীলিখা প্রথা আৰু বুৰঞ্জী চর্চা, শিক্ষা কেন্দ্র, আহোম যুগৰ শিক্ষাৰ সজুঁলি আদি বিষয়সমূহ অবলোকন কৰা হৈছে। এই আলোচনাই ছশ বছৰীয়া গৌৰৱোজ্জ্বল আহোম ইতিহাসৰ এক বর্ণিল সমীক্ষা প্রতিভাত কৰাৰ লগতে সকলোকে অনুপ্রাণিত কৰিব বুলি আশা কৰিব পাৰি।


  • বীজ শব্দ: আহোম যুগ, শিক্ষা, বুৰঞ্জী, শিক্ষাৰ কেন্দ্র, স্বৰ্গদেউ

  • Contact us for Full Paper

 

| About |    | Aims& Scope |    | Instructions |    |Volume 8 |    |Volume 9 |    | Editorial Board |    | Contact |

Contact

Leave a Message

Contact Us

Journal of Frontline Research (Arts & Science)Sibsagar College, Joysagar P.O. & District - SivasagarPin - 785665Assam, India


website@jfras.com

Email : edjfr2021@gmail.com [for manuscript submission]