শিশুৰ ভাষা আহৰণ : চমু বিশ্লেষণ

  • নয়ন চেতিয়া


  • বিষয়বস্তুৰ সাৰাংশ

  •           'শিশুৰ ভাষা আহৰণে মূলতঃ শিশুৰ ভাষা আয়ত্ত্বীকৰণ, মাতৃভাষা ক'বলৈ শিকা এইবোৰকে বুজায়। শিশুৰ ভাষা আহৰণ শীর্ষক বিষয়টোৰ আলোচনাত শিশুৰ ভাষা আহৰণ কি, ভাষা আহৰণৰ পর্যায় বা স্তৰ ৬ টা, এই স্তৰ সমূহৰ অধ্যয়ন, কি কি উপাদান মূলতঃ জৈৱিক আৰু পাৰিৱেশিক উপাদানৰ বিষয়ে অধ্যয়ন, শিশুৰ ভাষা আহৰণৰ প্রক্রিয়াসমূহ এই সকলোবোৰ দিশৰ এক চমু আভাস দিয়াৰ যত্ন কৰা হৈছে। এই আলোচনাৰ বাবে অসমীয়া ভাষিক পৰিবেশত পালিত তিনিটা শিশুৰ পৰা তথ্য সংগ্রহ কৰা হৈছে। তথ্যসমূহ ফোনেযোগে সংগ্রহ কৰি ইয়াক বিশ্লেষণ কৰা হৈছে। শিশু টিনিটাৰ ভাষিক পৰিৱেশটো অসমীয়া হোৱাৰ বাবে তিনিওটা শিশুৰে মাতৃভাষা অসমীয়া। এই পত্রিকাখনিত মূলতঃ শিশুৰ ভাষা আহৰণৰ সামগ্রিক দিশটোক দাঙি ধৰাৰ প্রয়াস কৰা হৈছে।


  • বীজশব্দ: শিশু, ভাষা, আহৰণ, শব্দ।

  • Contact us for Full Paper

 

| About |    | Aims& Scope |    | Instructions |    |Volume 8 |    |Volume 9 |    | Editorial Board |    | Contact |

Contact

Leave a Message

Contact Us

Journal of Frontline Research (Arts & Science)Sibsagar College, Joysagar P.O. & District - SivasagarPin - 785665Assam, India


website@jfras.com

Email : edjfr2021@gmail.com [for manuscript submission]